Copy page URL Share on Twitter Share on WhatsApp Share on Facebook
Get it on Google Play
Meaning of word সংবেদনশীলতা from অসমীয়া dictionary with examples, synonyms and antonyms.

সংবেদনশীলতা   বিশেষ্য

Meaning : চালৰ যি গুণৰ বাবে চুলে বা হেচিলে অনুভৱ হয়

Example : অংগবোৰৰ পক্ষাঘাতৰ ফলত সেই অংগৰ সংবেদনশীলতাও নোহোৱা হৈ যায়

Meaning : সংবেদনশীল হোৱা অৱস্থা বা ভাৱ

Example : চৰকাৰে ৰাইজৰ সমস্যাসমূহৰ সমাধান সংবেদনশীলতাৰে কৰিব লাগে