Subscribe
URL of the page has been copied to clipboard.
Meaning : কোনো উদ্দেশ্যৰে কোৱা বা কোওৱা বা লিখিত অথবা সাংকেতিক কোনো মহত্ত্বপূর্ণ ্কথা
Example : নিজৰ ভায়েকৰ বিয়াৰ খবৰ পাই তেওঁ আনন্দত অধীৰ হৈ পৰিল
Synonyms : খবৰ, বতৰা, বাতৰি, সমাচাৰ, সম্বাদ
Meaning : ৰেডিঅʼ, বাতৰি-কাকত আদিত উপল্্ব্ধ হোৱা খবৰ
Example : এতিয়া আপোনালোকে হিন্দীত দেশ-বিদেশৰ বাতৰি শুনি আছিল
Synonyms : খবৰ, খবৰ বাতৰি, বাতৰি, বার্তা, ্ সমাচাৰ
Install App