Meaning : সঞ্চিত বা একত্রিত কৰা
Example :
তেওঁ ঘৰ ্সাজিবৰ কাৰণে অতি কষ্ট কৰি এটা এটাকৈ পইচা গোটাইছে
Synonyms : একত্রিত কৰা, গোটোৱা, জমা কৰা, সঞ্চিত কৰা
Meaning : মানুহৰ পৰা ধন আৰু কোনো বস্তু লৈ একগোট কৰা
Example :
তেওঁ ব্যৱসায়ী সকলৰ পৰা কৰ আদায় কৰিছে
Synonyms : আদায় কৰা