Meaning : কোনো বর্গ ্বা সমূহৰ আধাতকৈ অধিক লোকৰ মত
Example :
এই নি্র্বাচনত কোনো দলেই সংখ্যা-গৰিষ্ঠতা নাপালে
Synonyms : বহুমত
Meaning : একে চিন্তাধাৰা থকা কোনো বর্গ ্বা সমূহৰ আধাতকৈ অধিক লোক
Example :
সংখ্যা-গৰিষ্ঠতাক সন্মুখত ৰাখি এইটো সিদ্ধান্ত লোৱা হৈছে
Synonyms : বহুমত