Subscribe
URL of the page has been copied to clipboard.
Meaning : কাৰোবাৰ পৰিচয়ৰ কাৰণে দিয়া বা বলবৎ কৰা সংখ্যা বা সংখ্যাৰ সমূহ
Example : খেলুৱৈ সকলৰ কাৰণে বেলেগ-বেলেগ সংখ্যা নির্ধাৰণ কৰা হৈছে
Synonyms : অংক
Meaning : কোনো নির্দিষ্ট সময়ৰ মূৰে-মূৰে এবাৰকৈ প্রকাশ পাই থকা পত্র, পত্রিকা আদি
Example : এইটো এই পত্রিকাখনৰ দ্বিতীয় সংখ্যা
Synonyms : অংক, খণ্ড, নম্বৰ
Meaning : এক, দুই, তিনি আদি সুনির্দিষ্ট বস্তুৰ পৰিমাণ বুজোৱা গাণিতিক সংকেট
Example : এক কোটি বহুত ডাঙৰ সংখ্যা
Synonyms : অংক, অঙ্ক, ৰাশি
Meaning : সংখ্যাৰ চিহ্ন
Example : ০, ১, ২, ৩, ৪, ৫, ৬, ৭, ৮, ৯ আদি অংক
Synonyms : অংক, অঙ্ক
Meaning : কোনো বস্তু আদিৰ পৰিমাপ বা মাত্রা
Example : আহতৰ সংখ্যা বহুত বেছি
Install App