Meaning : কিবা কৰা বা নকৰা বিষয়ত নিশ্চিত কৰা
Example :
ভীষ্মই আজীৱন ্ ব্রহ্মচর্য ব্রত ্ পালন কৰিম বুলি প্রতিজ্ঞা কৰিছিল
Synonyms : অংগীকাৰ কৰা, পণ কৰা, প্রতিজ্ঞা কৰা, শপত লোৱা
Meaning : মনৰ মাজত ঠিক কৰা বা সিদ্ধান্ত লোৱা কার্য
Example :
মই সংকল্প লৈছো্ঁ যে আজিৰ পিছত ্ তেওঁক কেতিয়াও লগ নকৰোঁ