Subscribe
URL of the page has been copied to clipboard.
Meaning : আখৰ, চিন, নাম আদি ছাপ দিবলৈ দবাই অংকিত কৰা যতন
Example : প্রধান শিক্ষকে নিজৰ নামৰ এটা ছীল বনালে
Synonyms : ছীল, ষ্টেম্প
Meaning : মোহৰ লগালে হোৱা ছাপ বা আকৃতি
Example : তেওঁ ্কাগজত মৰা ছীলৰ ওপৰত চহী কৰিলে
Synonyms : ছীল, মোহৰ
Meaning : ক্রিকেট খেলত ব্যৱহাৰ কৰা তিনিডাল খুটিৰ প্রত্যেকটো যাৰ সন্মুখত থিয় হৈ বেটছমেনে বেট ধৰে
Example : বলাৰৰ প্রথমটো বলতেই তিনিওডাল ষ্টাম্প উফৰি পৰিল
Meaning : যিহত মোহৰ মৰা হৈছে
Example : এই চেকখনত মোহৰ মৰা আছে
Synonyms : মোহৰ
Install App