Copy page URL Share on Twitter Share on WhatsApp Share on Facebook
Get it on Google Play
Meaning of word শৱসৎকাৰ from অসমীয়া dictionary with examples, synonyms and antonyms.

শৱসৎকাৰ   বিশেষ্য

Meaning : মৃতদেহক জ্বলোৱা কার্য

Example : আজিকালি শৱদাহৰ বাবে চহৰত বিদ্যুৎ শৱদাহগৃহৰো নি্র্মাণ কৰা হৈছে

Synonyms : অগ্নিকার্য, অগ্নিক্রিয়া, অগ্নি্কর্ম্ম, অন্ত্যেষ্টি, অন্ত্যেষ্টিক্রিয়া, কাঠ-সংস্কাৰ, খৰি দিয়া, দাহকর্ম্ম, মৃতসৎকাৰ, শেষকৃত্য, শৱদাহ, শৱদাহন, সৎকাৰ

Meaning : কাৰোবাৰ মৃত্যু উপলক্ষে অনুষ্ঠিত কৰা ধার্মিক কৃত্য বা সংস্কাৰ

Example : মৃতকৰ অন্ত্যেষ্টিক্রিয়া এক পৰম্পৰাগত নিয়ম

Synonyms : অন্ত্যেষ্টি, অন্ত্যেষ্টিক্রিয়া, ক্রিয়া-কর্ম, মৃত সৎকাৰ, শেষকৃত্য, শ্মশান কৃত্য, সংস্কাৰ কর্ম, সৎকাৰ, সৎক্রিয়া