Subscribe
URL of the page has been copied to clipboard.
Meaning : যিজনে কোনো ঠাইত আশ্রয় লʼব বিচাৰে
Example : ভগৱানে শৰণার্থীসকলৰ ৰক্ষা কৰে
Meaning : যাক নিজৰ বাসস্থানৰ পৰা বলপূর্বক্্ভাৱে আঁত্্ৰাই পঠোৱা হৈছে অথবা যি অন্য ঠাইত আশ্রয় লাভ কৰি থাকিবলৈ লৈছে
Example : অসমত বহুত বেছি বিদেশী শৰণার্থীয়ে বসবাস কৰি আছে
Synonyms : ৰিফিউজী
Meaning : যি অন্য ঠাইত শৰণ লাভ কৰি থাকিবলৈ বিচাৰিছে বা যাক নিজৰ বাসস্থানৰ পৰা বলপূর্বক আঁত্্ৰাই পঠোৱা হৈছে
Example : শৰণার্থী চলমান এতিয়াও আমেৰিকাতেই আছে
Install App