Subscribe
URL of the page has been copied to clipboard.
Meaning : শিল, জংঘল অথবা বৰফেৰে পৰিপূর্ণ বহু ওখ স্থলভাগ
Example : হিমালয় এখন ওখ পর্বত পর্বতবোৰ পাহাৰতকৈ ওখ
Synonyms : গিৰি, পর্বত, ভূধৰ, মহীধৰ
Meaning : যʼত শিল আছে
Example : মন্দিৰলৈ যোৱা এইটোৱেই একমাত্র শিলৰ পথ
Synonyms : অশ্বময়, প্রস্তৰ নির্মিত, প্রস্তৰময়, প্রাস্তৰিক, শিলাময়, শিলৰ, শৈলময়
Install App