Copy page URL Share on Twitter Share on WhatsApp Share on Facebook
Get it on Google Play
Meaning of word শূন্য from অসমীয়া dictionary with examples, synonyms and antonyms.

শূন্য   বিশেষ্য

Meaning : খালী বা ৰিক্ত স্থান

Example : তেওঁ শূন্যত ঘূৰি আছিল

Synonyms : আকাশ

Meaning : পৃথিৱী আৰু আকাশৰ মাজৰ ঠাই

Example : যাদুকৰে শূন্যত মোক ৰাখি থʼলে

Synonyms : আলাস, ওপৰ

Meaning : কোনো সংখ্যাৰ লগত যোগ বা বিয়োগ কৰিলে তাৰ মানৰ পৰি্ৱর্তন ্নোহোৱা গণিতৰ এক বিশেষ সংখ্যা বিশেষ

Example : এক-ৰ পিছত এটা শূন্য বহুৱালে দহ সংখ্যা পোৱা যায়

Meaning : মুকলি ঠাইত ওপৰলৈ চালে যি শূন্য মণ্ডল দেখা পোৱা যায়

Example : আকাশখন কʼলা ডাৱৰে আৱৰি আছে

Synonyms : অন্তৰীক্ষ, অভ্র, অম্বৰ, আকাশ, আসমান, , গগন, নভ, নভঃ, নভস, নীলিমা, ব্যোম

শূন্য   বিশেষণ

Meaning : ভিতৰত একো নথকা বা যি অপূর্ণ

Example : ভিক্ষাৰীজনৰ খালী পাত্রটোত পথাচাৰীজনে কেইটামান পইচা দি দিলে

Synonyms : উকা, উদং, খালী, শূন্যগর্ভ, ৰিক্ত

Meaning : কোনো বস্তু, গুণ আদি নোহোৱা হোৱা বা খালী হৈ যোৱা

Example : বৰষুণৰ অভাৱত এই পুখুৰীটো পানী শূন্য হʼল

Synonyms : বিহীন, ৰহিত