Subscribe
URL of the page has been copied to clipboard.
Meaning : খালী বা ৰিক্ত স্থান
Example : তেওঁ শূন্যত ঘূৰি আছিল
Synonyms : আকাশ
Meaning : পৃথিৱী আৰু আকাশৰ মাজৰ ঠাই
Example : যাদুকৰে শূন্যত মোক ৰাখি থʼলে
Synonyms : আলাস, ওপৰ
Meaning : কোনো সংখ্যাৰ লগত যোগ বা বিয়োগ কৰিলে তাৰ মানৰ পৰি্ৱর্তন ্নোহোৱা গণিতৰ এক বিশেষ সংখ্যা বিশেষ
Example : এক-ৰ পিছত এটা শূন্য বহুৱালে দহ সংখ্যা পোৱা যায়
Meaning : মুকলি ঠাইত ওপৰলৈ চালে যি শূন্য মণ্ডল দেখা পোৱা যায়
Example : আকাশখন কʼলা ডাৱৰে আৱৰি আছে
Synonyms : অন্তৰীক্ষ, অভ্র, অম্বৰ, আকাশ, আসমান, খ, গগন, নভ, নভঃ, নভস, নীলিমা, ব্যোম
Meaning : ভিতৰত একো নথকা বা যি অপূর্ণ
Example : ভিক্ষাৰীজনৰ খালী পাত্রটোত পথাচাৰীজনে কেইটামান পইচা দি দিলে
Synonyms : উকা, উদং, খালী, শূন্যগর্ভ, ৰিক্ত
Meaning : কোনো বস্তু, গুণ আদি নোহোৱা হোৱা বা খালী হৈ যোৱা
Example : বৰষুণৰ অভাৱত এই পুখুৰীটো পানী শূন্য হʼল
Synonyms : বিহীন, ৰহিত
Install App