Subscribe
URL of the page has been copied to clipboard.
Meaning : কোনো ব্যক্তিৰ কামৰ পৰা বা সম্পত্তি, ব্যাপাৰ আদিৰ পৰা কোনো অধিকাৰীয়ে নিজৰ কাৰণে লোৱা নিয়ত ধন
Example : মোগল যুগত শাসক আৰু সামন্তই ভাৰতীয় জনসাধাৰণৰ পৰা বিভিন্ন ধৰণৰ কৰ আদায় কৰিছিল
Synonyms : কটল, কাটল, কৰ, কৰ-কাটল, খাজনা, টেক্স
Meaning : আনৰ কোনো বস্তু অনাৰ পৰিৱর্তে ্তাৰ মালিকক দিবলগীয়া হোৱা দাম বা মূল্য
Example : তেওঁ এই ঘৰটোৰ এহেজাৰ টকা ভাড়া লয়
Synonyms : ভাড়া, ভাৰা, মাচুল
Meaning : খেতি-বাতিৰ মাটিত লগোৱা কৰ
Example : জমীদাৰী যুগত খাজনা দিব নোৱাৰা কৃষকৰ খেতি ক্রোক কৰা হৈছিল
Synonyms : কটল, কাটল, কৰ, কৰ-কাটল, খাজনা, খেৰাজ, টেক্স
Meaning : কোনো কামৰ সলনি লোৱা বা দিয়া ধন
Example : মাচুল জমা নিদিয়া কাৰণে মনোহৰৰ স্কুলৰ পৰা নাম কটা গʼল
Synonyms : ফিজ, মাচুল
Install App