Subscribe
URL of the page has been copied to clipboard.
Meaning : সুখ, সমৃদ্ধি তথা কুশলতাৰে পৰিপূর্ণ ্হোৱা অৱস্থা
Example : সকলোৰে কল্যাণ হোৱাকৈ কাম কৰা উচিত
Synonyms : কল্যাণ, ভাল, মংগল, মঙ্গল
Meaning : যিটো শুভ বা ভাল হয়
Example : শুভ কার্য আৰম্ভ কৰোঁতে পলম কৰিব নালাগে
Synonyms : পুণ্য, মাংগলিক
Install App