Copy page URL Share on Twitter Share on WhatsApp Share on Facebook
Get it on Google Play
Meaning of word শুকোৱা from অসমীয়া dictionary with examples, synonyms and antonyms.

শুকোৱা   ক্ৰিয়া

Meaning : জুইৰ ওপৰত বহুৱাই ভাপ আদিৰ ৰূপত পৰিণত কৰা

Example : ৰজনীয়ে আঞ্জাখন ডাঠ কাৰণে কেৰাহীৰ পানীখিনি শুকোৱালে

Synonyms : বাষ্পীভূত কৰা

Meaning : আদ্রতা দূৰ কৰা

Example : অমচুৰ বনাবলৈ কেঁ্চা আম শুকুৱাই লোৱা হয়

Meaning : সজীৱতা বা সতেজতা ভাব নথকা

Example : অত্যধিক গৰমৰ কাৰণে সৰু-সৰু গছবোৰ শুকাইছে

Meaning : পানী, আদ্রতা আদি নথকা বা কমকৈ থকা

Example : অত্যধিক গৰমৰ কাৰণে সৰু সৰু পুখুৰীবোৰ শুকাই গৈছে

Synonyms : শুকাই যোৱা