Meaning : শৰীৰ ক্ষীণাই যোৱা অৱস্থা
Example :
তেওঁ ্লাহে-লাহে ক্ষীণকায় হৈ গৈ আছে
Synonyms : ক্ষীণকায় হোৱা, হাড় ওলাই অহা
Meaning : পানী, আদ্রতা আদি নথকা বা কমকৈ থকা
Example :
অত্যধিক গৰমৰ কাৰণে সৰু সৰু পুখুৰীবোৰ শুকাই গৈছে
Synonyms : শুকোৱা
Meaning : উজ্জ্বলতা কমি যোৱা
Example :
বেয়া খবৰটো পাই তেওঁৰ মুখখন ম্লান পৰি গʼল
Synonyms : জঁয়্্ পৰা, নিস্তেজ হোৱা, বি্বর্ণ ্ হোৱা, মলিন হোৱা, মোলান পৰা, ম্লান পৰা, মৰহি যোৱা, শেঁত্া পৰা