Subscribe
URL of the page has been copied to clipboard.
Meaning : শৰীৰৰ ডিঙিৰ ওপৰৰ ভাগ
Example : মূৰত আঘাত কৰিলে মানুহৰ প্রাণহানিও হʼব পাৰে
Synonyms : একাঙ্গ, প্রধানাঙ্গ, বক্ত্র, বৰাঙ্গ, মস্তক, মাথ, মাথা, মুণ্ডু, মুর্দ্ধা, মূণ্ড, মূণ্ডক, মূৰ
Meaning : শৰীৰৰ যি অংশত মগজু থাকে
Example : মোহনৰ মূৰত চুলি নাই
Synonyms : মাথা, মূৰ
Install App