Subscribe
URL of the page has been copied to clipboard.
Meaning : শিষ্ট ৰূপত বা শিষ্টতা সহিত
Example : সকলোৰে লগত শিষ্টতাপূর্বক ব্যৱহাৰ কৰিব লাগে
Synonyms : ভদ্র, শিষ্টতাপূর্বক, শিষ্টাচাৰপূর্বক, ্শালীনতাসুলভ
Meaning : যিজনে উন্নত আচাৰ-ব্যৱহাৰ অনুসৰণ কৰে আৰু ভাল মানুহৰ দৰে ব্যৱহাৰ কৰে
Example : ভদ্র মানুহে সন্মান পায় ৰাম এজন সভ্য ব্যক্তি
Synonyms : পৰিমার্জিত, পৰিশীলিত, ভদ্র, ভব্য, মার্জিত, সভ্য, ৰুচিবান
Install App