Subscribe
URL of the page has been copied to clipboard.
Meaning : কোনো বস্তু, স্থান আদিৰ সকলোতকৈ ওপৰৰ ভাগ
Example : এই মন্দিৰটোৰ চূড়াত এখন গেৰুৱা ধ্বজা উৰি আছে শ্যাম সফলতাৰ শিখৰত উপনীত হʼল
Synonyms : চূড়া, শিখৰ
Meaning : জুইৰ আগ
Example : অৰণ্যত জ্বলা জুইৰ শিখাই আকাশ চুইছে
Synonyms : অগ্নিচ্ছটা, অগ্নিশিখা, বহ্নিশিখা, ভমক
Meaning : ব্রাহ্মণ সম্প্রদায়ৰ লোকসকলে মাজ মূৰত ৰখা দীঘল চুলিৰ কোছা
Example : আজিকালি বেছিভাগ ব্রাহ্মণ লোকেই টিকনি নাৰাখে
Synonyms : টিকনি, টিকি
Meaning : কোনো বস্তু আদিৰ আগফালৰ পাতল অংশ
Example : দুর্যোধনে শ্রীকৃষ্ণক কʼলে যে যুদ্ধ নকৰাকৈ বেজিৰ আগৰ সমান মাটিও পাণ্ডৱক নিদিও
Synonyms : অগ্র, আগ
Install App