Meaning : হুলস্থূল বা উপদ্রৱ আদিৰ অভাৱ
Example :
সন্ত্রাসবাদীৰ কাৰণে চহৰত শান্তি নোহোৱা হৈছে
Synonyms : প্রশান্তি
Meaning : কোনো কাম, ৰোগ আদিৰ সমাপ্তিৰ পিছত হোৱা সুখপ্রদ অনুভৱ
Example :
ঔষধ খোৱাৰ পিছত মই চর্দিৰ পৰা শান্তি পালোঁ
Synonyms : আৰাম
Meaning : মানুহে তেওঁলোকৰ জীৱনত সদায় বর্তি থাকিবলৈ কামনা কৰা এক ধৰণৰ অনুকূল আৰু ভাল অনুভৱ
Example :
লোভ ত্যাগ কৰিব পাৰিলে সুখেই সুখ উপল্্ব্ধ হয়
Synonyms : সুখ
Meaning : যুদ্ধ, উপদ্রৱ, অশান্তি আদি নথকা অৱস্থা
Example :
যুদ্ধৰ পিছত দেশত এতিয়া শান্তি
Meaning : ধ্বনিহীন বা শান্ত হোৱা অৱস্থা বা ভাব
Example :
আন্ধাৰ ৰাতিটোত নিস্তব্ধতা বিৰাজ কৰি আছিল
Synonyms : নিস্তব্ধতা, নিৰবতা, নীৰৱতা, শ্্ব্দহীনতা