Copy page URL Share on Twitter Share on WhatsApp Share on Facebook
Get it on Google Play
Meaning of word শান্ত from অসমীয়া dictionary with examples, synonyms and antonyms.

শান্ত   বিশেষণ

Meaning : যি ক্রোধী নহয়

Example : অক্রোধী লোকক সকলোৱে পছন্দ কৰে

Synonyms : অকোপন, অক্রুদ্ধ, অক্রোধিত, অক্রোধী, অৰুষ্ট

Meaning : যাৰ স্বভাৱত ক্রোধ বা আৱেশ নাই

Example : ৰোহিতৰ শান্ত স্বভাৱক সকলোৱে ভাল পায়

Synonyms : ঠাণ্ডা

Meaning : যʼত তৰঙ্গ উঠি থকা নাই

Example : শ্যামে স্থিৰ পানীতলৈ শিল দলিয়াই আছে

Synonyms : স্থিৰ

Meaning : ধ্বনিহীন বা যʼত ধ্বনি নাথাকে

Example : ৰাতি নিজম আছিল আৰু ্তেওঁ ্ছাদৰ ওপৰত ঠিয় হৈ তৰা চাই আছিল

Synonyms : নিজম, নিশ্্ব্দ

Meaning : যি উদ্বিগ্ন নহয়

Example : মোহনৰ জীৱন নিৰুদ্বিগ্ন

Synonyms : উদ্বিগ্নহীন, নিৰুদ্বিগ্ন, প্রশান্ত

Meaning : যাৰ চিত্ত স্থিৰ

Example : স্থিৰচিত্তৰ লোকে বিপদ-আপদকলৈ চিন্তা কৰি নাথাকে

Synonyms : অচঞ্চল, অমত্ত, প্রশান্ত, স্থিৰ, স্থিৰচিত্ত

Meaning : ধৈর্য ধৰিব পৰাজন বা যি ্ ধৈর্য ধৰিব পাৰে

Example : ধৈর্যশীল মানুহে হাজাৰ কষ্টকৰ কামো সুকলমে কৰিব পাৰে

Synonyms : ধীৰ, ধীৰ-স্থিৰ, ধৈর্যশীল, ্ধৈর্যব্ান