Subscribe
URL of the page has been copied to clipboard.
Meaning : গছ আদিৰ গা-গছৰ পৰা ইফালে-সিফালে ওলোৱা অংগ
Example : লʼৰা-ছোৱালীবোৰে আমগছৰ ডালত ওলমি আছে
Synonyms : ডাল, ডাল-পাত, ডালি, পল্লৱাধাৰ, বৃক্ষশাখা, শাখা-প্রশাখা
Meaning : কোনো বর্গ ্বা সমষ্টিৰ যিটো ভাগ স্বয়ং সম্পূর্ণ হয়
Example : এই সংস্থাৰ পাঁচটা অংগ আছে
Synonyms : অংগ
Meaning : কোনো বিষয় বা সিদ্ধান্তৰ বিষয়ে একেধৰণৰ মত পোষণ কৰা লোক বা শ্রেণী
Example : জৈন ধর্মৰ অন্তর্গত ্দুটা শাখা আছে- দিগম্বৰ আৰু শ্বেতাম্বৰ
Synonyms : সম্প্রদায়
Install App