Subscribe
URL of the page has been copied to clipboard.
Meaning : কোনো বিশেষ ধৰণৰ গছপুলি বা তাৰ পাত যি খাদ্য হিচাপে খোৱা হয়
Example : বজাৰত মেথি, পালেং, মূলা আদি শাক পোৱা যায়
Synonyms : পাতশাক, শাক-পাচলি, শাকপাত
Install App