Subscribe
URL of the page has been copied to clipboard.
Meaning : পোহৰ নাই বা পোহৰৰ অভাৱ
Example : বেলি ডুব যোৱাৰ লগে লগে চাৰিওফালে আন্ধাৰ বিয়পি পৰিল
Synonyms : অন্ধকাৰ, আন্ধাৰ, আন্ধাৰি, আন্ধিয়াৰি, আলোকশূন্যতা, আলোকহীনতা, এন্ধাৰ, তমিস্রা, তিমিৰ
Install App