Copy page URL Share on Twitter Share on WhatsApp Share on Facebook
Get it on Google Play
Meaning of word শঠতা from অসমীয়া dictionary with examples, synonyms and antonyms.

শঠতা   বিশেষ্য

Meaning : নিজা স্বার্থপূৰণৰ কাৰণে কাৰোবাক প্রতাৰণা কৰি কৰা কাম

Example : তেওঁ ্ছল-চাতুৰী কৰি সমস্ত মাটি সম্পত্তি নিজৰ কৰি লʼলে

Synonyms : কপট, কপটতা, কপটালি, কাপট্য, কুষাৰি, কৰাল, খেপ, খেপা-খেপি, চতুৰালি, চাতুৰী, চালাকি, চয়তানি, ছল-চাতুৰী, ছলনা, ছলাহ, ঠগন, ঢাকলি, প্রতাৰণা, প্রৱঞ্চনা, ফাং, ফাং-বাজী, বঞ্চনা, বিড়ম্বনা, ভণ্ডামি, ভণ্ডালি, লগোৱা-ভগোৱা-, লেং-মৰা-, শাঠ্য

Meaning : বিশ্বাস কৰোঁতাৰ বিশ্বাস ভাঙি অপকাৰ কৰোঁতা

Example : ইন্দিৰা গান্ধীৰ দেহৰক্ষীয়ে তেওঁৰ লগত বিশ্বাসঘাতকতা কৰিলে আৰু তেওঁক গুলীৰে থকাসৰকা কৰি দিলে

Synonyms : চুকতে থাকি বুকতে কামোৰ মৰা-, বিশ্বাসঘাতকতা

Meaning : দুর্জন ্হোৱাৰ অৱস্থা বা ভাব

Example : দুষ্টতাৰ পৰা আঁতৰি থাকা

Synonyms : অসাধুতা, দুর্জ্্নতা, দুষ্টতা, নীচতা

Meaning : কুটিল হোৱা অৱস্থা বা ভাব

Example : কুটিলতাৰ কাৰণে তেওঁক ্কোনেও পছন্দ নকৰে

Synonyms : কপটতা, কুটিলতা