Copy page URL Share on Twitter Share on WhatsApp Share on Facebook
Get it on Google Play
Meaning of word শক্তি from অসমীয়া dictionary with examples, synonyms and antonyms.

শক্তি   বিশেষ্য

Meaning : কোনো কাম আদি কৰিবৰ কাৰণে ব্যৱহাৰ হোৱা শক্তি

Example : সূর্য শক্তিৰ বহুত ডাঙৰ উৎস

Synonyms : এনার্জি, ক্ষমতা, তেজ

Meaning : শৰীৰৰ বল

Example : সুষম আহাৰ খাবলৈ নাপালে শক্তি কমি যায়

Synonyms : জোৰ, শকতি, শাৰীৰিক বল, শাৰীৰিক শক্তি

Meaning : প্রাকৃতিক ভাণ্ডাৰ

Example : বিজুলীশক্তিৰ উৎপাদন প্রাকৃতিক শক্তিৰ পৰা কৰা হয়

Meaning : তন্ত্রত বর্ণিত এগৰাকী অধিষ্ঠাত্রী দেৱী যাৰ উপাসনা কৰা সকলক শাক্ত বুলি কোৱা হয়

Example : প্রাচীন কালৰ পৰা শক্তিৰ উপাসনা চলি আহিছে

Meaning : ক্ষমতাৰে পৰিপূর্ণ ্হোৱা অৱস্থা বা ভাব

Example : আপোনাৰ ক্ষমতাৰ কাৰণে এই কামটো হৈ উঠিল

Synonyms : ক্ষমতা, সামর্থ্য

Meaning : কোনোৱে কিবা কৰিব পৰাৰ যোগ্যতা

Example : কিছুমান মানুহে নিজৰ অধিকাৰৰ অপব্যৱহাৰ কৰে

Synonyms : অধিকাৰ

Meaning : হেঁ্চা প্রয়োগ কৰাৰ ফলস্বৰূপে উৎপন্ন হোৱা শক্তি

Example : পানীৰ অত্যধিক চাপৰ কাৰণে বান্ধটো ভাঙিল

Synonyms : চাপ

Meaning : যিয়ে শাৰীৰিক কার্যৰ ় দ্বাৰা ক্রিয়াত্মক ৰূপত নিজৰ প্রভাৱ দেখুৱায়

Example : এই কামটোৰ শেষত আপোনাৰ শক্তিৰ উমান পোৱা যাব

Synonyms : জোৰ, তেজ, পৰাক্রম, বল, শকতি