Subscribe
URL of the page has been copied to clipboard.
Meaning : বিপদ বা অনিষ্ট হʼব পাৰে বুলি ধাৰণা কৰিলে মনত যি ভাবৰ উদয় হয়:গুজৰাটৰ সাম্প্রদায়িক ্ সংঘর্ষই ্ মানুহৰ মনত ভয়ৰ সঞ্চাৰ কৰিলে
Example :
Synonyms : আতং-বিতং, আতঙ্ক, আশঙ্কা, ডঁৰি, ডৰ, তোচ, পৰোৱা, পৰোৱাই, বিভীষিকা, ভীতি, ভয়, ভয়-ডৰ, ভয়-ভীত, ভয়-ভ্রান্তি, ভয়-সংশয়, সংশয়
Meaning : মনত হোৱা দুর্ভাৱনা
Example : কিবা দুর্ঘটন্া ঘটিব পাৰে বুলি ্ তেওঁৰ আশংকা আছিল
Synonyms : আশংকা, বুকু কঁপ্া-, ভীতি, ভয়, ভয়-ভ্রান্তি, ভয়-সংশয়, সংশয়
Meaning : এইটো এনেকুৱাই হয় বা নহয় বুলি কোনো বিষয়ত কৰা ধাৰণা
Example : মোৰ ৰামৰ কথাৰ ওপৰত সন্দেহ আছে
Synonyms : আশংকা, শঙ্কা, সংশয়, সন্দেহ
Meaning : সম্পূর্ণৰূপে নিশ্চিত হʼব নোৱাৰা জ্ঞান
Example : মোৰ তেওঁৰ ্কথাত সঁ্চাকৈয়ে সন্দেহ আছে
Synonyms : শঙ্কা, সংশয়, সন্দেহ
Install App