Copy page URL Share on Twitter Share on WhatsApp Share on Facebook
Get it on Google Play
Meaning of word from অসমীয়া dictionary with examples, synonyms and antonyms.

  বিশেষ্য

Meaning : প্রাণবায়ু উৰি যোৱা শৰীৰ

Example : মৃত্যুৰ পিছত শৱ মাটিৰ সৈতে মিলি যায়

Synonyms : ভেল, মৃতদেহ, মৰা শ, মৰাশ, লাচ, শৱ, শৱ দেহ

Meaning : একে ধৰণৰ এশটা বস্তুৰ সংগ্রহ

Example : সুশান্তৰ পুথি্ভঁ্ৰালত অতি কমেও দুশমান কিতাপ আছে

Synonyms : শতক

  বিশেষণ

Meaning : নব্বৈ আৰু দহ

Example : এই সন্মিলনখনত প্রায় এশজন বিদ্বানে অংশগ্রহণ কৰিছে

Synonyms : এশ, পাঁচ কুৰি, ১০০

Meaning : গণনাত এশ বা এশ সংখ্যক

Example : আপুনি মহাত্মাজীক লগ কৰা শততম ব্যক্তি

Synonyms : শততম