Copy page URL Share on Twitter Share on WhatsApp Share on Facebook
Get it on Google Play
Meaning of word লৰা-ঢপৰা from অসমীয়া dictionary with examples, synonyms and antonyms.

লৰা-ঢপৰা   বিশেষ্য

Meaning : উপদ্রৱ কৰি জপিওৱা

Example : যʼতেই দুই-চাৰিটা লʼৰা-ছোৱালী গোট খাই, তাতেই লৰা ঢপৰা আৰম্ভ কৰি দিয়ে

Synonyms : লৰা ঢপৰা

Meaning : ইফালে সিফালে দৌৰিবলগীয়া হোৱা কোনো কামৰ উদ্যোগ

Example : মহেশে বহুত লৰা-ঢপৰা কৰাৰ পিছতহে নিজৰ ভায়েকক চাকৰি দিয়াব পাৰিলে

Synonyms : দৌৰা-দৌৰি