Meaning : কোনো বস্তু প্রয়োজনতকৈ অধিক ব্যৱহাৰ হোৱা বা নষ্ট হোৱা
Example :
এই গাড়ীখনে বহুত পেট্রʼল খায়
Synonyms : খোৱা
Meaning : উদাহৰণ হিচাপে লোৱা
Example :
ৰামকে ধৰি লোৱা, তেওঁ কিমান সহজ-সৰলভাৱে থাকে
Synonyms : লৈ লোৱা
Meaning : কাৰোবাৰ সন্মুখত কোনো ঘটনা আদিৰ সৈতে সম্বন্ধিত লোকৰ নাম কোৱা
Example :
তেওঁ পুলিচৰ আগত চাৰিজন লোকৰ নাম লʼলে
Synonyms : কোৱা
Meaning : ভাড়াত কোনো যান-বাহন আদি লোৱা
Example :
আমি বিদ্যালয়লৈ যাবৰ কাৰণে এখন টেক্সি ঠিক কৰিলোঁ
Synonyms : ঠিক কৰা
Meaning : বাচি লোৱা
Example :
মাঁৰ চাৰিখন শাৰীৰ ভিতৰত শীলাই এখন লʼলে
Meaning : কʼৰবালৈ যাবৰ কাৰণে কোনো বাহন বা ৰাস্তাৰ ব্যৱহাৰ কৰা
Example :
মুম্বাইলৈ যাবৰ কাৰণে মই দহ বজাৰ ৰেল ধৰিলো আমি তালৈ যাবৰ কাৰণে এখন ৰিক্সা লʼলোঁ
Synonyms : ধৰা
Meaning : কাৰোবাৰ পৰা বা কʼৰবাৰ পৰা কোনো বস্তু আদি নিজৰ হাতলৈ অনা বা অধিকাৰ কৰা:মোৰ কিতাপখন কোনে লʼলে ? তেওঁ অধ্যক্ষৰ হাতৰ পৰা পুৰস্কাৰ গ্রহণ কৰিলে
Example :
Synonyms : গ্রহণ কৰা
Meaning : * কোনো ভূমিকা বা পদ আদি গ্রহণ কৰা
Example :
নিজৰ মাজতে বিচাৰ-বিশ্লেষণ কৰি সুৰেশে অধ্যক্ষৰ পদটো গ্রহণ কৰিলে
Synonyms : গ্রহণ কৰা, স্বীকাৰ কৰা
Meaning : কাপোৰ-কানি আদি গাত ধাৰণ কৰা:তেওঁ ্ গা-পা ধুই ভাল কাপোৰ পিন্ধিলে
Example :
Synonyms : উৰা, পিন্ধা, পৰিধান কৰা
Meaning : কোনো দায়িত্ব, কাম আদি কৰাৰ দায়িত্বভাৰ লোৱা
Example :
বিয়াৰ গোটেই দায়িত্বভাৰ মই লʼলোঁ
Synonyms : গ্রহণ কৰা, স্বীকাৰ কৰা