Copy page URL Share on Twitter Share on WhatsApp Share on Facebook
Get it on Google Play
Meaning of word লোক from অসমীয়া dictionary with examples, synonyms and antonyms.

লোক   বিশেষ্য

Meaning : এজনতকৈ অধিক ব্যক্তি

Example : জনতাৰ মংগলৰ অর্থে ্কাম কৰা উচিত

Synonyms : জনগণ, জনতা, জনমানস

Meaning : পৃথিৱীত থকা লোক

Example : মহাত্মা গান্ধীক সকলো জনতাই সন্মান কৰে

Synonyms : জগত, জনতা, জনসাধাৰণ, বিশ্ব, সংসাৰ, ৰাইজ

Meaning : যি ঠাইত আমি প্রাণীবোৰে বাস কৰো

Example : সংসাৰত জন্মিলে এদিন মৰিবই লাগিব

Synonyms : ইহজগত, ইহলোক, জগত, জাহান, জীৱলোক, দুনীয়া, ধৰাতল, নৰলোক, পৃথিৱী, পৃথিৱীলোক, বসুধা, বিশ্ব, ভুৱন, ভৱসাগৰ, মনুষ্যলোক, মর্ত্যলোক, মৰজগত, সংসাৰ, সৃষ্টি

Meaning : মনুষ্য জাতি বা সমূহৰ মাজৰ কোনো এজন

Example : সকলো ব্যক্তিৰে পচন্দ বেলেগ-বেলেগ হয় এই গাড়ীখনত মাথোন দুজন ব্যক্তিহে বহিব পাৰিব

Synonyms : জন, ব্যক্তি, মানুহ

Meaning : নিজৰ জ্ঞান-বুদ্ধিৰ কাৰণে সকলো প্রাণীৰ ওপৰত প্রভাৱ বিস্তাৰ কৰা সেই দ্বি-পদী প্রাণী যাৰ ভিতৰত আমি, আপুনি আৰু সকলোৱেই পৰোঁ:মানুহ নিজৰ জ্ঞান-বুদ্ধিৰ কাৰণেই সকলো প্রাণীতকৈ শ্রেষ্ঠ

Example :

Synonyms : ইনসান, জন, নৰ, নৰ-মনিচ, মনিচ, মনুজ, মনুষ্য, মর্ত্ত্য, মানুহ, মানৱ