Subscribe
URL of the page has been copied to clipboard.
Meaning : পশু দেহৰ পিছফালে উলমি থকা দীঘল অংগ
Example : কুকুৰটোৰ গাত হাত ফুৰাই দিয়াৰ লগে লগে সি তাৰ নেজডাল লৰাবলৈ ধৰিলে
Synonyms : নেগুৰ, নেজ, পুচ্ছ, লাঙ্গুল, লেজ
Meaning : জীৱ-জন্তু আদিৰ দেহৰ পিছফালে থকা দীঘল অংশ
Example : গৰু-মʼহ আদিয়ে নেজেৰে মহ-ডাঁহ খেদে
Synonyms : নেজ, লেজ
Install App