Copy page URL Share on Twitter Share on WhatsApp Share on Facebook
Get it on Google Play
Meaning of word লেঙেৰা from অসমীয়া dictionary with examples, synonyms and antonyms.

লেঙেৰা   বিশেষ্য

Meaning : খোৰাই খোৰাই খোজকঢ়া অৱস্থা

Example : আপোনাৰ লেঙেৰাই থকাৰ কাৰণ কি ?

Synonyms : পেঙ্গুচিয়া, লেকেচিয়া

Meaning : যি ব্যক্তিৰ এটা ভৰি অকামিলা হৈ গʼল বা ভাগি গʼল

Example : লেঙেৰাজনে পেঙৰ সহায়ত খোজ কাঢ়িবলৈ চেষ্টা কৰি আছে

Synonyms : খোৰা, পেঙুৰা

Meaning : যিজনৰ হাত বা ভৰিত বিকৃতি আছে

Example : চার্কাছত লেঙেৰাৰ খেলা দেখি ্দর্শক আচৰিত হৈছিল

Synonyms : লেঙ্গেৰা

লেঙেৰা   বিশেষণ

Meaning : যাৰ এটা ভৰি ভাগিলে বা অকর্মন্য হৈ পৰিলে

Example : লেঙেৰা ব্যক্তিজনে পেং লৈ খোজকাঢ়িবলৈ চেষ্টা কৰি আছে

Synonyms : খোৰা

Meaning : যি ভৰিত কোনো ধৰণৰ কষ্ট, দোষ বা বিকাৰ থকা বাবে বেকাকৈ খোজ কাঢ়ে

Example : লেঙেৰা ৰোগীজন অলপ দূৰ খোজকাঢ়ি বহি দিলে

Meaning : যাৰ এটা ভৰি ভাঙিল

Example : লেঙেৰাজন চকীত বহোঁতেই সৰি পৰিল