Subscribe
URL of the page has been copied to clipboard.
Meaning : কোনো বিষয়ৰ ওপৰত লিখি প্রকাশ কৰা বস্তু
Example : তেওঁৰ শিক্ষাহীনতাৰ ওপৰত লিখা লেখাটো আজিৰ বাতৰি কাকতত প্রকাশ পাইছে
Synonyms : লিখনি, লেখা
Meaning : লিখা বস্তু
Example : তেওঁ ্সাহিত্যিকৰ লেখনি পঢ়ি ভাল পায়
Synonyms : লিখনি
Meaning : কাঠ, ইকৰা আদিৰে তৈয়াৰ কৰা কোনো লেখন উপকৰণ যাক চিয়াহীত ডুবাই-ডুবাই লিখা হয়
Example : ছাত্রই ইকৰাৰ কলমেৰে লিখি আছে
Synonyms : কলম
Install App