Subscribe
URL of the page has been copied to clipboard.
Meaning : লিপা, মচা বা ঘঁহ্া বস্তু
Example : মায়ে মাটিৰ বেৰখন গোবৰ আৰু মাটিৰ লেওৰে লিপি আছে
Synonyms : খচা-মাটি
Meaning : কোনো বস্তুৰ গাঢ় আঠালেটীয়া ৰূপ
Example : তেওঁ বেৰত ্মাটিৰ লেও লগাই আছিল
Synonyms : পেষ্ট, লেপন
Meaning : কোনো বস্তুৰ পৃষ্ঠ ভাগত অন্য কোনো বস্তু সনা কার্য
Example : কুমাৰে টেকেলিটোত মাটিৰ প্রলেপ লগাই আছে
Synonyms : প্রলেপ, লেপন
Install App