Copy page URL Share on Twitter Share on WhatsApp Share on Facebook
Get it on Google Play
Meaning of word লুতুৰি-পুতুৰি from অসমীয়া dictionary with examples, synonyms and antonyms.

লুতুৰি-পুতুৰি   বিশেষণ

Meaning : কোনো বস্তু আদিত সানমিহলি হৈ পৰা

Example : যুদ্ধ ভূমিত যোদ্ধাবোৰৰ শৰীৰ তেজেৰে লুতুৰি-পুতুৰি হৈ আছিল

Meaning : সম্পূর্ণৰূপে ভিজা বা তিতা

Example : জংঘলত তেজেৰে লুতুৰি-পুতুৰি এটা শৱ পৰি আছে

Synonyms : টেপটেপীয়া, লুতুৰ-পুতুৰ