Subscribe
URL of the page has been copied to clipboard.
Meaning : চাৰিৰে বিভাজিত কৰিব পৰা গ্রেগেৰীয় কেলেণ্ডাৰৰ বর্ষ সংখ্যা
Example : অধিবর্ষত ফেব্রুৱাৰী মাহটো ২৯ দিনীয়া হয়
Synonyms : অধিবর্ষ, লিপ ইয়েৰ
Meaning : সৌৰবর্ষ সম্পূর্ণ কৰিবৰ কাৰণে যুক্ত কৰা তিথি বা তাৰিখ বিশেষ
Example : প্রতি চাৰিবছৰৰ মূৰত লিপ-ইয়েৰৰ দিনটো ফেব্রুৱাৰী মাহত যোগ কৰা হয়
Install App