Meaning : লিপিৰ ৰূপত লিখা কার্য
Example :
ইতিহাসৰ বেছিভাগ ঘটনাৰ লিপিবদ্ধ কৰা হৈছে
Synonyms : লিপিবদ্ধ
Meaning : আখৰ আদিৰ আকৃতিৰ ৰূপ দিয়া কার্য
Example :
লʼৰা-ছোৱালীবোৰে ক খ গ ঘ লিখি আছে মই এখন চিঠি লিখি আছো
Synonyms : লিপিবদ্ধ কৰা