Subscribe
URL of the page has been copied to clipboard.
Meaning : শিৱ বা মহাদেৱৰ লিংগ যাৰ পূজা কৰা হয়
Example : পুৰাতন কালত শিৱলিংগৰ পূজা কৰা হয়
Synonyms : শিৱ লিংগ, শিৱলিংগ
Meaning : পুৰুষ আৰু স্ত্রীৰ প্রভেদ নি্র্ণয় কৰিবলৈ ব্যাকৰণত সংজ্ঞায়িত কৰা শ্্ব্দ বিশেষ বা যিহৰ দ্বাৰা পুৰুষ আৰু স্ত্রীৰ প্রভেদৰ বিষয়ে অৱগত হʼব পাৰি
Example : হিন্দীত দুই প্রকাৰৰ লিংগ থকাৰ বিপৰীতে সংস্কৃতত তিনি প্রকাৰৰ লিংগ পোৱা যায়
Synonyms : লিঙ্গ
Install App