Copy page URL Share on Twitter Share on WhatsApp Share on Facebook
Get it on Google Play
Meaning of word লালন-পালন কৰা from অসমীয়া dictionary with examples, synonyms and antonyms.

লালন-পালন কৰা   ক্ৰিয়া

Meaning : ভোজন,বস্ত্র আদি দি জীৱন ৰক্ষা কৰা

Example : সকলোৰে মাক-দেউতাকে নিজৰ শকতি অনুযায়ী লʼৰা-ছোৱালীৰ লালন-পালন কৰে

Synonyms : পালন কৰা, প্রতিপালন কৰা