Meaning : কোনো কামত লগাতকৈ বেছি উপার্জন ্কৰা
Example :
তেওঁ ফলমূলৰ ব্যৱসায়ৰ যোগেদি বহুত লাভ কৰিছে
Synonyms : লাভ অর্জন ্কৰা, লাভান্বিত হোৱা
Meaning : কোনা প্রতিযোগিতা, পৰীক্ষা আদিত কোনো মূল্যাঙ্কন, স্থান আদি লাভ কৰা
Example :
এই খেলত মই প্রথম স্থান লাভ কৰিলোঁ
Synonyms : পোৱা
Meaning : নিজৰ অধিকাৰ সাব্যস্ত কৰা
Example :
অশোকে কলিংগত জয় লাভ কৰিছিল
Synonyms : পোৱা, প্রাপ্ত কৰা
Meaning : প্রাপ্ত হোৱা বা পোৱা কার্য
Example :
তেওঁৰ ্ হেৰুৱা বস্তুটো পালেনে নাই মই বহুত ধন লাভ কৰিলো
Synonyms : পোৱা, প্রাপ্তি ঘটা