Subscribe
URL of the page has been copied to clipboard.
Meaning : চকৰীৰ আধাৰত ঘূৰি থকা গোলাকাৰ খণ্ডবিশেষ
Example : লাটুমটো নিজৰ আধাৰৰ পৰা দূৰলৈ দলিয়াই পঠিওৱা হʼল
Synonyms : চকৰি
Meaning : কাঠ আদিৰে তৈয়াৰী খুব ঘূৰাব পৰা সৰু খেলনা বিশেষ
Example : লʼৰা-ছোৱালীবোৰে চকৰী নচুৱাই আছে
Synonyms : চকৰী, লাটিম
Meaning : পকাই লগোৱা সূতাৰ সহায়ত ঘূৰোৱা চকৰিৰ আকাৰৰ এবিধ খেলা সামগ্রী
Example : লʼৰা-ছোৱালীবোৰে পথাৰত লাটুম ঘূৰাই আছে
Synonyms : লাটিম
Install App