Meaning : আঠাজাতীয় বস্তুৰ সৈতে কোনো দুটা বস্তু পৰস্পৰ লগলাগি যোৱা
Example :
কাগজখন কাঠডালত লাগি ধৰিল
Synonyms : আঁট ্খোৱা
Meaning : শৰীৰৰ কোনো শিৰা, পেশী আদি জঠৰ হোৱা
Example :
মোৰ ডিঙিটো টানি ধৰিছে
Synonyms : টানি ধৰা, পাক খোৱা, মোচোকা খোৱা
Meaning : দুটা বস্তু এক কৰিবলৈ পৰস্পৰৰ পিঠি বা তল লগ লগোৱা
Example :
শিশুটোৱে ভয় খাই মাকৰ কোলাত লিপিট খাই ধৰিলে শল্য চিকিৎসাৰ দ্বাৰা তেওঁৰ ্ কটা আঙুলিটো লগ লাগিল
Synonyms : আঠা লগা, লগ লগা, লিপিট খোৱা, সাবটি ধৰা