Subscribe
URL of the page has been copied to clipboard.
Meaning : মানুহ বা বাহনৰ পংক্তি যি কাৰোবাৰ বা কিহবাৰ বাবে প্রতীক্ষা কৰি আছে
Example : শাৰী ভাঙি যাত্রী নিয়া চালকক বহুত পিটন দিলে
Synonyms : পংক্তি, শাৰী
Meaning : এটাৰ পিছত এটাকৈ একেধৰণৰ বস্তু, ব্যক্তি বা জীৱই চিধাকৈ থকা নিয়ম
Example : ৰেচনৰ দোকানত মানুহে শাৰী পাতি আছিল মানুহে লাইন পাতি বহি খাই আছিল
Synonyms : লান, লানি, লালী, শাৰী, শৃংখলা
Install App