Subscribe
URL of the page has been copied to clipboard.
Meaning : যি নিশ্চিত আৰু অটল দৈৱ বিধান মতে মানুহৰ সকলো কার্য আগতেই ঠিক হৈ থকা বুলি বিশ্বাস কৰা হয় আৰু যাৰ স্থান কপালত বুলি মনা হয়
Example : কর্মত বিশ্বাস কৰা লোকে ভাগ্য বিশ্বাস নকৰে
Synonyms : কপাল, নিয়তি, ভাগ্য
Meaning : মূৰৰ ওপৰৰ ফালে থকা সন্মুখৰ অংশ
Example : ৰামৰ কপালৰ পৰা তেজ বিৰিঙিছে
Synonyms : অগ্রশিৰ, আগমূৰ, কপাল, ভাল
Install App