Copy page URL Share on Twitter Share on WhatsApp Share on Facebook
Get it on Google Play
Meaning of word লঠঙা from অসমীয়া dictionary with examples, synonyms and antonyms.

লঠঙা   বিশেষণ

Meaning : যাৰ একেবাৰ ওপৰৰ অংশ, বস্তু আদি (বিশেষকৈ শোভাবর্ধনক্াৰী) কোনো কাৰণবশতঃ নাইকিয়া হৈছে

Example : ধুমুহাৰ কাৰণে গোটেই হাবিখন লঠঙা হৈ গʼল গৰমৰ দিনত এই ্পর্বত ্লঠঙা হৈ পৰে

Meaning : যাৰ কোনো কাৰণবশতঃ ডাল, পাত আদি একো নাইকিয়া হৈছে

Example : খেতিয়কজনে লঠঙা গছ কাটি আছে

Synonyms : লঠা-মূৰা, লঠৰা-মূৰা

Meaning : পাত আৰু ঠাল-ঠেঙুলি আদি নথকা

Example : খেতিয়কে লঠঙা গছজোপাৰ শিপা খান্দি আছে