Meaning : কোনো বিশেষ উদ্দেশ্যত লগ হোৱা কার্য
Example :
চিকিৎসকক লগ কৰাৰ পিছতহে ৰোগৰ বিষয়ে জানিব পৰা যাব
Meaning : কাৰোবাক দেখা-সাক্ষাৎ কৰা কৰা কার্য
Example :
তেওঁ চহৰত নিজৰ ্সম্পর্কীয় লোকসকলক লগ কৰিলে
Synonyms : সাক্ষাৎ কৰা