Copy page URL Share on Twitter Share on WhatsApp Share on Facebook
Get it on Google Play
Meaning of word লগোৱা from অসমীয়া dictionary with examples, synonyms and antonyms.

লগোৱা   বিশেষ্য

Meaning : লগোৱা কার্য

Example : গছপুলি কেৱল লগোৱাটোৱেই আৱশ্যকীয় নহয় বৰঞ্চ তাৰ চোৱা-চিতা কৰাটো অতি জৰুৰী

Meaning : কোনো বস্তু লগোৱা বা স্থাপন কৰা কার্য

Example : দূৰভাষ লগাওতে অধিক সময় নালাগিব

লগোৱা   ক্ৰিয়া

Meaning : পৰস্পৰৰ মাজত এনেভাৱে মিলিত হোৱা যাতে দুজনৰ পৃষ্ঠ বা তল পৰস্পৰৰ গাত লাগি যায়

Example : তুমি নিজৰ শৰীৰটো মোৰ গাত নলগাবা

Meaning : বেজী-সূতা আদিৰে কোনো ডাঙৰ বস্তুত সৰু বস্তু জোৰা দিয়া

Example : লতাই কুর্তাটোত বুটাম লগাই আছে

Synonyms : চিলাই কৰা, জোৰা লগোৱা, সীওৱা, সীৱন কৰা

Meaning : ভালদৰে স্থিৰ কৰা কার্য

Example : ৰাজমিস্ত্ৰীয়ে মজিয়াত টাইলচ লগাইছে

Synonyms : বহুওৱা

Meaning : কোনো বস্তু আদিত কোনো বস্তু বহুওৱা

Example : সোণাৰীয়ে সোণৰ আঙঠিত হীৰা লগাইছে

Synonyms : খটোৱা

Meaning : কোনো এবিধ বস্তুৰ গাত আন বস্তু বিয়পাই দিয়া

Example : কিছুমান মানুহে ৰুটিত ঘিউ সানি লয়

Synonyms : ঘঁ্হা, সনা

Meaning : এটা বস্তুৰ ওপৰত অন্য কোনো এটা বস্তু মেৰিয়াই দিয়া বা জাপি দিয়া

Example : সেউজীয়া ৰঙটোৰ ওপৰত ৰঙা ৰং লগাইছে

Synonyms : অভিলেপ কৰা, চৰোৱা

Meaning : কোনো সঠিক ঠাইত উপনীত কৰোৱা

Example : ড্রাইভাৰে গাড়ীখন বাছ আস্থানত লগালেহি

Meaning : উদ্ভিদ আদিৰ ৰোপন কার্য

Example : মালীয়ে টাবত গোলাপৰ কলম লগালে

Synonyms : ৰোপন কৰা

Meaning : ব্যৱহাৰ বা কামত অহা

Example : ৰাজগীৰে এই ঘৰটোত এশ বস্তা চিমেণ্ট লগালে

Synonyms : খৰচ কৰা

Meaning : কার্যত সংলগ্ন কৰোৱা

Example : এক একৰ খেতিৰ শষ্য কাটিবলৈ খেতিয়কে পাঁচজন মানুহ লগালে

Meaning : কোনো বস্তুক সহজে ওলাব নোৱাৰাকৈ কʼৰবাত স্থিৰ কৰি থোৱা কার্য

Example : সৈনিকসকলে কামানটো শিলৰ ওপৰত লগালে

Synonyms : ওলোমাই থোৱা

Meaning : কোনো এক বস্তুৰ ওপৰত আন কোনো বস্তু তৰপ দিয়া

Example : হিন্দুসকলে বিবাহ উপলক্ষত দৰা-কইনাৰ শৰীৰত মাহ-হালধি লগায়

Synonyms : লেপন লগোৱা, সনা

Meaning : সঠিক ক্রমেৰে উচিত ঠাইত দেখিলেই ভাল লগাকৈ থোৱা অৱস্থা

Example : দোকানীয়ে দোকানত বস্তুবোৰ সজাইছে

Synonyms : ব্যৱস্থিত কৰা, সজোৱা

Meaning : ছাতি, চছমা আদি ধাৰণ কৰা

Example : আজিকালি সৰু-সৰু লʼৰা-ছোৱালীয়েও চছমা লগায়

Synonyms : ধাৰণ কৰা

Meaning : কাৰোবাৰ ওপৰত দোষ আদি দিয়া

Example : তেওঁ নিজৰ দোষ মোৰ ওপৰত আৰোপ কৰিলে

Synonyms : আৰোপ কৰা, দিয়া

Meaning : বিনিয়োগ কৰা

Example : তেওঁ নিজৰ বহুত ধন শ্বেয়াৰ মার্কেটত বিনিয়োগ কৰিছে

Synonyms : খটুৱা, বিনিয়োগ কৰা

Meaning : কোনো বস্তুৰ ওপৰত কিবা সিয়া, লগোৱা বা জোৰা দিয়া কার্য

Example : কামিজত বুটাম লগাই দিয়া

Synonyms : লগাই দিয়া