Copy page URL Share on Twitter Share on WhatsApp Share on Facebook
Get it on Google Play
Meaning of word লক্ষ্য from অসমীয়া dictionary with examples, synonyms and antonyms.

লক্ষ্য   বিশেষ্য

Meaning : দেখা কার্য

Example : তেওঁক ্ চোৱাটো মোৰ বাবে জৰুৰী নহয়

Synonyms : অৱলোকন, চোৱা-, দর্শন, দৃষ্টিপাত, নেত্রপাত, বিলোকন

Meaning : গৈ পোৱা ঠাই বা যি ঠাইলৈ যাবলগীয়া আছে

Example : ৰঞ্জনে এতিয়াও নিজৰ গন্তব্য স্থানত গৈ পোৱাগৈ নাই

Synonyms : গন্তব্য, লক্ষ্য স্থান

Meaning : যাক লক্ষ্য হিচাপে লৈ কোনো কথা কোৱা হয়

Example : তেওঁ ্মোক কিয় লক্ষ্য কৰি কথাখিনি কʼলে !

Synonyms : নিচান

Meaning : কোনো কাম সম্পূর্ণ কৰিবৰ কাৰণে কৰা বিচাৰ

Example : এই কামটো কৰাৰ অন্তৰালত আপোনাৰ কি উদ্দেশ্য আছে ?

Synonyms : অভিপ্রায়, ঈপ্সা, উদ্দেশ্য, কাৰণ, প্রয়োজন, মতলব, হেতু

Meaning : যাক ধ্যানত ৰাখি কোনো আঘাত বা প্রহাৰ কৰা হয়

Example : অর্জুনৰ ্বাণ সদায় লক্ষ্যত স্থিৰ আছিল

Synonyms : নিচান

Meaning : যাৰ ওপৰত কোনো উদ্দেশ্যৰে দৃষ্টি ৰখা হয় বা উদৃষ্ট পদার্থ ্বা কথা

Example : এই বছৰ ঘেঁহুৰ ্উৎপাদনৰ লক্ষ্য দহ লাখ টন ৰখা হৈছে