Copy page URL Share on Twitter Share on WhatsApp Share on Facebook
Get it on Google Play
Meaning of word যৌৱন from অসমীয়া dictionary with examples, synonyms and antonyms.

যৌৱন   বিশেষ্য

Meaning : যি সময়ত কোনো লোক জোৱান হয়

Example : তেওঁ নিজৰ গোটেই যৌৱন নিচাজাতীয় দ্রৱ্য সেৱন কৰিয়েই পাৰ কৰি দিলে

Synonyms : তৰুণকাল, যুৱাৱস্থা, যৌৱনকাল

Meaning : বাল্যাৱস্থা আৰু বৃদ্ধাৱস্থাৰ মাজৰ কালছোৱা বা যুৱক হোৱা অৱস্থা

Example : মনোহৰৰ যৌৱন ভটিয়াবলৈ ধৰিছে

Synonyms : তৰুণতা, যৌৱনকাল, যৌৱনাৱস্থা, সাবালকত্ব