Subscribe
URL of the page has been copied to clipboard.
Meaning : যি সংখ্যা কোনো সংখ্যাৰ সৈতে যোগ কৰিব পৰা যায়
Example : যোজ্য সংখ্যাটোক তিনিটা বেলেগ-বেলেগ সংখ্যাৰে যোগ কৰা
Synonyms : যোজ্য
Meaning : যিয়ে যোৰা দিয়ে বা মিলায়
Example : এই দুয়োখন চহৰৰ মাজৰ এই পুলটো সংযোজক
Synonyms : সংযোজক, সমন্বয়ক
Meaning : দুটা বহল ভূখণ্ডক লগ লগোৱা ঠেক ভূখণ্ড, যাৰ দুয়োফালে পানী থাকে
Example : পানামা যোজকে উত্তৰ আৰু দক্ষিণ আমেৰিকাক সংযোগ কৰিছে
Synonyms : ভূমিসংকট, স্থলসংকট
Meaning : জোৰা লগোৱা বা মিলোৱা
Example : কিছুমান সমাসবদ্ধ শ্্ব্দৰ মাজত মধ্য সংযোজক চিহ্ন থাকে
Synonyms : সংযোগী, সংযোজক
Meaning : যিটো যোগ দিব বা প্রযুক্ত কৰিব পৰা যায়
Example : সকলো সংখ্যা কোনো নহয় কোনো সংখ্যাৰ সৈতে যোজ্য হয়
Install App